ಅರ್ಥ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
ಉದಾಹರಣೆ :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
ಸಮಾನಾರ್ಥಕ : ডালচেনি
ಅರ್ಥ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
ಉದಾಹರಣೆ :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়