ಅರ್ಥ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ಉದಾಹರಣೆ :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
ಸಮಾನಾರ್ಥಕ : দৰ
ಅರ್ಥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ಉದಾಹರಣೆ :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
ಸಮಾನಾರ್ಥಕ : মূল্য