ಅರ್ಥ : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
ಉದಾಹರಣೆ :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
ಸಮಾನಾರ್ಥಕ : দবোৱা
ಅರ್ಥ : কোনো কথাক বাঢ়িবলৈ নিদিয়া
ಉದಾಹರಣೆ :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
ಸಮಾನಾರ್ಥಕ : হেঁচি ৰখা