ಅರ್ಥ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ಉದಾಹರಣೆ :
দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
ಅರ್ಥ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ಉದಾಹರಣೆ :
সুৰেশ দক্ষিণৰ অধিবাসী
ಅರ್ಥ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
ಸಮಾನಾರ್ಥಕ : দক্ষিণী