ಅರ್ಥ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
ಉದಾಹರಣೆ :
মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
ಸಮಾನಾರ್ಥಕ : থোৱা
ಅರ್ಥ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
ಉದಾಹರಣೆ :
মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
ಸಮಾನಾರ್ಥಕ : থোৱা