ಅರ್ಥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ಉದಾಹರಣೆ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
ಸಮಾನಾರ್ಥಕ : থকা
ಅರ್ಥ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
ಉದಾಹರಣೆ :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
ಸಮಾನಾರ್ಥಕ : ৰৈ যোৱা