ಅರ್ಥ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
ಉದಾಹರಣೆ :
তিনিৰ তিনিগুণ ন
ಅರ್ಥ : দুগুণতকৈ আৰু এগুণ বেছি
ಉದಾಹರಣೆ :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
ಅರ್ಥ : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
ಉದಾಹರಣೆ :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
ಸಮಾನಾರ್ಥಕ : তিনি গুণ