ಅರ್ಥ : যিকোনো বস্তুৰ গোটা টুকুৰা
ಉದಾಹರಣೆ :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
ಸಮಾನಾರ್ಥಕ : খণ্ড
ಅರ್ಥ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
ಉದಾಹರಣೆ :
শিশুটোৱে বৰফৰ টুকুৰা খাই আছে