ಅರ್ಥ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ಉದಾಹರಣೆ :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
ಸಮಾನಾರ್ಥಕ : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
ಅರ್ಥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ಉದಾಹರಣೆ :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
ಸಮಾನಾರ್ಥಕ : চলা