ಅರ್ಥ : খেল-পথাৰ, খেতি আদিৰ মাটিৰ ভিতৰৰ পৰা পানী উলিওৱা নলা বিশেষ যাৰ এটা মূৰ ভূমিৰ পানী থকা গভীৰত থাকে আৰু উপৰি ভাগৰ মূৰটোৰে পানী উলিয়াব পৰা ব্যৱস্থা থাকে
ಉದಾಹರಣೆ :
বৰষুণ কম হোৱাৰ কাৰণে ঠায়ে ঠায়ে নলকুপ বহুওৱা হৈছে
ಸಮಾನಾರ್ಥಕ : নলকুপ