ಅರ್ಥ : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
ಉದಾಹರಣೆ :
চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে
ಸಮಾನಾರ್ಥಕ : অৰিয়া-অৰি
ಅರ್ಥ : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
ಉದಾಹರಣೆ :
ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
ಸಮಾನಾರ್ಥಕ : টনা-টনি