ಅರ್ಥ : লক্ষণগত বা স্বভাৱগত ধ্বনি
ಉದಾಹರಣೆ :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
ಅರ್ಥ : ঝন-ঝন শ্্ব্দ
ಉದಾಹರಣೆ :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
ಅರ್ಥ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
ಉದಾಹರಣೆ :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
ಸಮಾನಾರ್ಥಕ : ঝনঝননি