ಅರ್ಥ : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
ಉದಾಹರಣೆ :
এই জংঘল জোপোহাৰে ভৰি আছে
ಸಮಾನಾರ್ಥಕ : জোপোহা
ಅರ್ಥ : ঘন আৰু কাঁইটীয়া উদ্ভিদ
ಉದಾಹರಣೆ :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
ಸಮಾನಾರ್ಥಕ : জোপোহা