ಅರ್ಥ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
ಉದಾಹರಣೆ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
ಸಮಾನಾರ್ಥಕ : জাবৰ
ಅರ್ಥ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
ಉದಾಹರಣೆ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
ಸಮಾನಾರ್ಥಕ : জাবৰ