ಅರ್ಥ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি
ಉದಾಹರಣೆ :
আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে
ಅರ್ಥ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে
ಉದಾಹರಣೆ :
এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি
ಸಮಾನಾರ್ಥಕ : জহৰী