ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জনা-শুনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জনা-শুনা   বিশেষণ

ಅರ್ಥ : যিটো জনা বা চিনাকি

ಉದಾಹರಣೆ : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে

ಸಮಾನಾರ್ಥಕ : চা-চিনাকি, চিনা-জনা, জনাশুনা, পৰিচিত

ಅರ್ಥ : যাক ভালদৰে জনা যায়

ಉದಾಹರಣೆ : এই কথাটো মোৰ জ্ঞাত

ಸಮಾನಾರ್ಥಕ : জ্ঞাত, প্রজ্ঞাত, পৰিচিত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত

ಅರ್ಥ : যি যশ লাভ কৰিছে

ಉದಾಹರಣೆ : মুন্সী প্রেমচান্দ হিন্দী সাহিত্যৰ এজন যশস্বী লেখক আছিল

ಸಮಾನಾರ್ಥಕ : খ্যাতনামা, নামকৰা, প্রথিতনামা, প্রথিতযশা, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন নামজাদা, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুবিদিত, স্বনামধন্য

ಅರ್ಥ : যাৰ অস্তিত্ব আছে

ಉದಾಹರಣೆ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে

ಸಮಾನಾರ್ಥಕ : বাহাল, বিদ্যমান, বিৰাজমান, স্থিত

ಅರ್ಥ : যিজনে খ্যাতি লাভ কৰিছে:লতা মংগেশকাৰ এগৰাকী প্রসিদ্ধ গায়িকা

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : খিতপীয়া, খ্যাত, খ্যাতনামা, খ্যাতিমন্ত, খ্যাতিমান, নামকৰা, নামজাদা, নামী, প্রখ্যাত, প্রথিতনামা, প্রথিতযখা, প্রসিদ্ধ, বিখ্যাত, বিশ্রুত, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুখ্যাত, সুপ্রসিদ্ধ, সুবিদিত, স্বনামধন্য

चौपाल