ಅರ್ಥ : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
ಉದಾಹರಣೆ :
ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : আবাদী
ಅರ್ಥ : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
ಉದಾಹರಣೆ :
ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : আবাদী