ಅರ್ಥ : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
ಉದಾಹರಣೆ :
ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
ಸಮಾನಾರ್ಥಕ : চৰপত
ಅರ್ಥ : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
ಉದಾಹರಣೆ :
চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল