ಅರ್ಥ : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
ಉದಾಹರಣೆ :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
ಅರ್ಥ : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
ಉದಾಹರಣೆ :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : চৰ-চৰণি