ಅರ್ಥ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
ಉದಾಹರಣೆ :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
ಅರ್ಥ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
ಉದಾಹರಣೆ :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
ಸಮಾನಾರ್ಥಕ : ধনাদেশ
ಅರ್ಥ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
ಉದಾಹರಣೆ :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
ಸಮಾನಾರ್ಥಕ : কিস্তিমাত
ಅರ್ಥ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে
ಸಮಾನಾರ್ಥಕ : চেকভাষা
ಅರ್ಥ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ
ಉದಾಹರಣೆ :
চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল