ಅರ್ಥ : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
ಉದಾಹರಣೆ :
চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
ಸಮಾನಾರ್ಥಕ : চিতাবাঘ
ಅರ್ಥ : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
ಉದಾಹರಣೆ :
আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল