ಅರ್ಥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ಉದಾಹರಣೆ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ಸಮಾನಾರ್ಥಕ : শক্তি
ಅರ್ಥ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ಉದಾಹರಣೆ :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়