ಅರ್ಥ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ಉದಾಹರಣೆ :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
ಸಮಾನಾರ್ಥಕ : পনীৰ
ಅರ್ಥ : বিশেষকৈ দাইল হিচাপে খোৱা এবিধ মাহজাতীয় শস্য
ಉದಾಹರಣೆ :
বুটৰ চাটুগুড়ি খাবলৈ বৰ সোৱাদ লগা
ಸಮಾನಾರ್ಥಕ : বুট