ಅರ್ಥ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ಉದಾಹರಣೆ :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ಸಮಾನಾರ್ಥಕ : চকা
ಅರ್ಥ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ಉದಾಹರಣೆ :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে