ಅರ್ಥ : এজোপা গছৰ মিহি আৰু দীঘলীয়া ফল, যাক তৰকাৰী হিচাপে খোৱা হয়
ಉದಾಹರಣೆ :
মায়ে চজিনাৰ তৰকাৰী ৰান্ধিছে
ಅರ್ಥ : তৰকাৰী হিচাপে খোৱা মিহি দীঘলীয়া ফলৰ এবিধ গছ
ಉದಾಹರಣೆ :
শ্যামে চজিনা গছৰ পৰা চজিনা চিঙিছে
ಸಮಾನಾರ್ಥಕ : চজিনা গছ