ಅರ್ಥ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ಉದಾಹರಣೆ :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ಸಮಾನಾರ್ಥಕ : চাক
ಅರ್ಥ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
ಉದಾಹರಣೆ :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
ಸಮಾನಾರ್ಥಕ : চক্র