ಅರ್ಥ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
ಉದಾಹರಣೆ :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
ಸಮಾನಾರ್ಥಕ : কথা
ಅರ್ಥ : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
ಉದಾಹರಣೆ :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে