ಅರ್ಥ : য়ুনান দেশৰ ভাষা
ಉದಾಹರಣೆ :
শ্যামে গ্রীক ভালদৰে কʼব পাৰে
ಸಮಾನಾರ್ಥಕ : গ্রীক ভাষা, গ্রীক-ভাষা, গ্রীচ, গ্রীচ ভাষা, গ্রীচ-ভাষা, য়ুনানী, য়ুনানী ভাষা, য়ুনানী-ভাষা
ಅರ್ಥ : যি লিপিত ইউনানী বা গ্রীক ভাষা লিখা হয়
ಉದಾಹರಣೆ :
ইউনানী লিপি বহুত পুৰণি
ಸಮಾನಾರ್ಥಕ : ইউনানী, ইউনানী লিপি, গ্রীক লিপি, য়ুনানী, য়ুনানী লিপি
ಅರ್ಥ : য়ুনানৰ নিবাসী
ಉದಾಹರಣೆ :
প্রাচীন কালত গ্রীকসকলে সমগ্র বিশ্বতে তেওঁলোকৰ বীৰত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল
ಸಮಾನಾರ್ಥಕ : গ্রীকবাসী, য়ুনান-বাসী, য়ুনানী
ಅರ್ಥ : যি য়ুনানৰ সৈতে সম্পর্কিত বা য়ুনান দেশৰ
ಉದಾಹರಣೆ :
তেওঁ গ্রীক সংস্কৃতিৰ বিষয়ে বহুত কথাই জানে
ಸಮಾನಾರ್ಥಕ : য়ুনানী
ಅರ್ಥ : গ্রীক ভাষা সম্বন্ধী বা গ্রীক ভাষাৰ
ಉದಾಹರಣೆ :
প্লেটʼ, এৰিষ্টটল আদিৰ দ্বাৰা লিখিত গ্রীক সাহিত্যৰ আজিও বহুত মহত্ব আছে