ಅರ್ಥ : গাড়ী থোৱা কোনো অট্টালিকাৰ অংশ
ಉದಾಹರಣೆ :
চহৰৰ ডাঙৰঅট্টালিকাৰ তলত গেৰেজ থাকে
ಸಮಾನಾರ್ಥಕ : গেৰেজ
ಅರ್ಥ : গাড়ী-মটৰ আদি মেৰামতি কৰা ঠাই
ಉದಾಹರಣೆ :
এই গেৰেজটোত কেৱল দুচকীয়া বাহনৰহে মেৰামতি কৰা হয়
ಸಮಾನಾರ್ಥಕ : গেৰেজ