ಅರ್ಥ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
ಉದಾಹರಣೆ :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
ಸಮಾನಾರ್ಥಕ : অভিযোগকাৰী, ফৰিয়াদী
ಅರ್ಥ : অভিযোগ লগোৱা কার্য
ಉದಾಹರಣೆ :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
ಸಮಾನಾರ್ಥಕ : ফৰিয়াদী
ಅರ್ಥ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
ಉದಾಹರಣೆ :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
ಸಮಾನಾರ್ಥಕ : ফৰিয়াদী