ಅರ್ಥ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
ಉದಾಹರಣೆ :
কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
ಸಮಾನಾರ್ಥಕ : এৰোৱা
ಅರ್ಥ : গুচোৱা কার্য
ಉದಾಹರಣೆ :
কুঁহিয়াৰ গুচোৱা হʼল
ಅರ್ಥ : আনৰ দ্বাৰা গুচা
ಉದಾಹರಣೆ :
কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে