ಅರ್ಥ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
ಉದಾಹರಣೆ :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
ಅರ್ಥ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
ಉದಾಹರಣೆ :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
ಸಮಾನಾರ್ಥಕ : প্রক্ষালন কৰা, স্নান কৰা
ಅರ್ಥ : যিজনে স্নান কৰিছে
ಉದಾಹರಣೆ :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
ಸಮಾನಾರ್ಥಕ : স্নাত