ಅರ್ಥ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ಉದಾಹರಣೆ :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ಸಮಾನಾರ್ಥಕ : গোঁজ
ಅರ್ಥ : ধাতুৰে তৈয়াৰী শাল বা খিলা
ಉದಾಹರಣೆ :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে