ಅರ್ಥ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ಉದಾಹರಣೆ :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ಸಮಾನಾರ್ಥಕ : কদম
ಅರ್ಥ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ಉದಾಹರಣೆ :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ಸಮಾನಾರ್ಥಕ : কদম