ಅರ್ಥ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
ಉದಾಹರಣೆ :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
ಸಮಾನಾರ್ಥಕ : কৰ মুক্ত
ಅರ್ಥ : যʼত কৰ আৰোপ কৰা হোৱা নাই
ಉದಾಹರಣೆ :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
ಸಮಾನಾರ್ಥಕ : কৰহীন