ಅರ್ಥ : শুকান ঘাঁহ আদিৰ টুকুৰা
ಉದಾಹರಣೆ :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
ಸಮಾನಾರ್ಥಕ : খেৰ-কুটা
ಅರ್ಥ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ಉದಾಹರಣೆ :
মোৰ চকুত কুটা সোমাইছে
ಅರ್ಥ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ಉದಾಹರಣೆ :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
ಸಮಾನಾರ್ಥಕ : কুটি থকা
ಅರ್ಥ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ಉದಾಹರಣೆ :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
ಸಮಾನಾರ್ಥಕ : কুটি খোৱা