ಅರ್ಥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ಉದಾಹರಣೆ :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ಸಮಾನಾರ್ಥಕ : কটা
ಅರ್ಥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ಉದಾಹರಣೆ :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ಸಮಾನಾರ್ಥಕ : কটা
ಅರ್ಥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কটা