ಅರ್ಥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ಉದಾಹರಣೆ :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ಸಮಾನಾರ್ಥಕ : কাপ
ಅರ್ಥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ಉದಾಹರಣೆ :
ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ಸಮಾನಾರ್ಥಕ : লেখনি