ಅರ್ಥ : যিজন মানুহৰ এটা চকু বেয়া
ಉದಾಹರಣೆ :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
ಅರ್ಥ : অত্যন্ত সৰু অংশ বা টুকুৰা
ಉದಾಹರಣೆ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
ಸಮಾನಾರ್ಥಕ : অণু, অণু-পৰমাণু, কণ
ಅರ್ಥ : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়
ಉದಾಹರಣೆ :
বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : এটা চকুৱা