ಅರ್ಥ : মনেবিচৰা দামত বস্তু বিক্রী কৰা এখন বজাৰ
ಉದಾಹರಣೆ :
বাধ্যত পৰি আমি কʼলা-বজাৰৰ পৰা অত্যাৱশ্যকীয় বস্তু কিনিবলগীয়া হʼল
ಅರ್ಥ : সঞ্চিত সামগ্রী লুকাই চুৰকৈ নিজ ইচ্ছামতে দৰ-দাম কৰি বেচা কার্য
ಉದಾಹರಣೆ :
আজিকালিৰ বেপাৰীয়ে কʼলা-বজাৰৰ পৰা বহুত টকা উপার্জন কৰে