ಅರ್ಥ : কোনো কার্য, ্স্থান বা দেশৰ ওপৰত এজন ব্যক্তি, দল বা সমাজৰ আধিপত্য
ಉದಾಹರಣೆ :
এসময়ত ভাৰতৰ ওপৰত ইংৰাজৰ একাধিপত্য আছিল
ಅರ್ಥ : কোনো বস্তু, কার্য ্বা ব্যৱসায় আদিত কোনো ব্যক্তি, দল বা সমাজৰ থকা সম্পূর্ণ অধিকাৰ
ಉದಾಹರಣೆ :
এই ব্যৱসায়টোত তেখেতৰ একাধিপত্য আছে
ಸಮಾನಾರ್ಥಕ : একাধিকাৰ