ಅರ್ಥ : ভাঙি চিঙি নষ্ট হোৱা
ಉದಾಹರಣೆ :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
ಸಮಾನಾರ್ಥಕ : উৱলি যোৱা, বিধ্বস্ত হোৱা
ಅರ್ಥ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
ಉದಾಹರಣೆ :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
ಸಮಾನಾರ್ಥಕ : পঁ্চা