ಅರ್ಥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ಉದಾಹರಣೆ :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
ಸಮಾನಾರ್ಥಕ : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
ಅರ್ಥ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ಉದಾಹರಣೆ :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
ಸಮಾನಾರ್ಥಕ : সমাৰোহ