ಅರ್ಥ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
ಉದಾಹರಣೆ :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
ಸಮಾನಾರ್ಥಕ : শ্বাস
ಅರ್ಥ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
ಉದಾಹರಣೆ :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
ಸಮಾನಾರ್ಥಕ : শ্বাস