ಅರ್ಥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ಉದಾಹರಣೆ :
উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
ಸಮಾನಾರ್ಥಕ : উৎকোচ
ಅರ್ಥ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
ಉದಾಹರಣೆ :
চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়