ಅರ್ಥ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
ಉದಾಹರಣೆ :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
ಸಮಾನಾರ್ಥಕ : ইংৰাজী, ইংৰাজী ভাষা
ಅರ್ಥ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
ಉದಾಹರಣೆ :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
ಸಮಾನಾರ್ಥಕ : ইংৰাজী