ಅರ್ಥ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
ಉದಾಹರಣೆ :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
ಸಮಾನಾರ್ಥಕ : অভিযুক্ত
ಅರ್ಥ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
ಉದಾಹರಣೆ :
তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
ಅರ್ಥ : লগোৱা বা জাপি দিয়া
ಉದಾಹರಣೆ :
জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে