ಅರ್ಥ : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
ಉದಾಹರಣೆ :
ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
ಅರ್ಥ : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
ಉದಾಹರಣೆ :
আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
ಸಮಾನಾರ್ಥಕ : ইম্পʼৰটেড