ಅರ್ಥ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
ಉದಾಹರಣೆ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
ಸಮಾನಾರ್ಥಕ : আফু
ಅರ್ಥ : আফিং সম্বন্ধীয় বা আফিঙৰ
ಉದಾಹರಣೆ :
মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
ಸಮಾನಾರ್ಥಕ : আফিঙযুক্ত