ಅರ್ಥ : আফগানিস্তানত বাস কৰাসকল
ಉದಾಹರಣೆ :
ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
ಸಮಾನಾರ್ಥಕ : আফগান
ಅರ್ಥ : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
ಉದಾಹರಣೆ :
আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল